উবুৰি খা, উবুৰি হ
অৰ্থ
1.
ওপৰ ফাল তল হৈ পৰ্; লুটি খা; তললৈ পেট কৰি পৰ্ বা শো
to fall upside down; to lie with the face downwards
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ