← ফুৰি যাওক

উভ

অৰ্থ

1.

থিয় হোবা; যিমান সেও বা হেলনীয়া হ'ব লাগে তেনে নহৈ বেছি থিয় হোবা (কোৰ, কুঠাৰ আদিৰ নালত)

set too steep or erect (the handle of a hoe, etc.)

বিণ.

2.

থিয়; দাং খোবা

upright; raised

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উভ · অসমীয়া অভিধান