কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চালনিsa.lo.niMaterial Noun
এখন সজুলি যাৰ সহায়ত সৰু সৰু গোটা বস্তু ডাঙৰ বস্তুৰ পৰা পৃথক কৰা হয়৷
a type of tool used in cooking for separating liquids and solids. It is usually made of a light metal, such as aluminum, although it is not uncommon for it to be made of plastic. In many parts of Asia it is made from bamboo and used in separating husk from rice or other food grains.
- চালনীcālanīNoun
শস্য চালি ডাঙৰ আৰু সৰু ভাগ, বা ভাল আৰু বেয়া ভাগ বেলেগ বেলেগ কৰা এবিধ বাঁহৰ কাঠীৰ সেৰেঙাকৈ বোবা চেপেটা যতন
a sieve
- চালনী-সৰকাcālanī-sarakāNoun
দুই বাহুৰে ওলমা-বাদুলি দি তাৰ ভিতৰেদি পাছ ফাললৈ ভৰি দুটা সৰকাই আলাসতে মৰা বাগৰ [ই ব্যায়ামৰ এটা অঙ্গ।]
a somersault made in the air by suspending oneself by one's arms from a horizontal bar and then turning the heels over the head
- চালপীৰাcālapīrāNoun
কুন্দত কটা খুৰা লগোবা বৰ ডাঙৰ বহল শোবা পীৰা
a large and broad bench with low legs used as a bed- stead
- চালপেনীয়াcālapenīẏāAdjective
চেলবেলীয়া; চেলেপু
talkative; prattling
- চালাcālāNoun
খুলশালি; স্ত্ৰী. চালী (কিন্ত্ত এই শব্দ দুটা প্ৰায় গালিত ব্যবহাৰ কৰে)।
- চালাকcālākaAdjective
চতুৰ; টেঙৰ; বুধিয়ক
cunning; artful; intelligent
- চালাকিsa.la.kiAbstract Noun
চতুৰৰ গুণ
the quality of being crafty.
- চালাকীNoun
(ফা.) চতুৰতা; ধূৰ্তালি; টেঙৰৰ গুণ বা স্বভাব
cunningness; cleverness
- চালাদsa.ladMaterial Noun
কেচাই খাব পৰা শাক-পাচলি আদিৰ অৰন্ধনকৃত ব্যঞ্জন। ইয়াক সাধাৰণতে মূল আহাৰৰ লগত খোৱা হয়।
a mixture of raw vegetables, usually served with other food as part of a meal.
- চালানcālānaNoun
কোনো ধন, বস্ত্ত, মানুহ আদি এঠাইৰপৰা আন ঠাইলৈ পঠাওঁতে তাৰ খোলোচা বিবৰণ লিখি পঠোবা কাকত
a challan; an invoice
- চালান দেsa.lan deVerb-Trans.
To send goods for delivery
- চালানীsa.la.niProper Adj.
থলুৱাভাৱে উত্পন্ন নোহোৱা| এটাইৰ পৰা আন এঠাইলৈ পঠোৱা পণ্য সামগ্ৰী
a product not produced locally; rather transported from elsewhere
- চালামcālāmaNoun
ডাঙৰ লোকৰ প্ৰতি সম্ভ্ৰম প্ৰকাশ কৰি মতা মাত; প্ৰণাম
salute
- চালাম দেVerb-Trans.
শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ পোনকৈ ঠিয় হৈ কপালত সোঁহাতৰ তলুৱাখন ৰাখি দেখুৱা এক বিশেষ ব্যৱহাৰ
To give a gesture of homage and respect, usually placing one palm near the forehead in an attention position, esp. used in armed forces
- চালাম ৱালিকুমsa.lam wa.li.kumAbstract Noun
দুজন ব্যক্তি মিলিত হওঁতে এজনে আনজনক জনোৱা অভিবাদন
Greetings when people meet.
- চালামত্sa.la.motAbstract Noun
কোনো অসুবিধা নোহোৱাৰ বাবে সুখময় মানসিক বা শাৰীৰিক অৱস্থা।
a state of mental or physical easiness due to lack of trouble.
- চালামিNoun
ডাঙৰ লোকক মান্য-স্বৰূপে দিয়া বস্ত্ত; উপঢৌকন
a personal gift or present
- চালিcāliNoun
এচলীয়া ঘৰ; ৰ'দ, বৰষুণ ৰাখিবলৈ সজা অলপ-দিনীয়া এখন চালৰ ঘৰ
a shed consisting of one flat roof
- চালি ধৰ্cāli, dhar
নেজৰ পাখি থিয় কৰি বহলাই মেলি থাক্
spread the tail and hold it erect