← ফুৰি যাওক

চালি ধৰ্

cāli, dhar

অৰ্থ

1.

নেজৰ পাখি থিয় কৰি বহলাই মেলি থাক্

spread the tail and hold it erect

2.

মূৰ থিয়কৈ লাহে লাহে খোজ কাঢ়্

to walk with a pompous manner or affected dignity

3.

গা দেখাই ফুৰ্

to show off

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চালি ধৰ্ · অসমীয়া অভিধান