← ফুৰি যাওক

চালি

cāli

অৰ্থ

1.

এচলীয়া ঘৰ; ৰ'দ, বৰষুণ ৰাখিবলৈ সজা অলপ-দিনীয়া এখন চালৰ ঘৰ

a shed consisting of one flat roof

বি.

2.

ম'ৰা আদি চৰায়ে নেজৰ পাখি থিয় কৰি বহলাই মেলা কাৰ্য

the spreading out of the tail of a peacock or similar bird

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ