← ফুৰি যাওক

চালনী

cālanī

অৰ্থ

1.

শস্য চালি ডাঙৰ আৰু সৰু ভাগ, বা ভাল আৰু বেয়া ভাগ বেলেগ বেলেগ কৰা এবিধ বাঁহৰ কাঠীৰ সেৰেঙাকৈ বোবা চেপেটা যতন

a sieve

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চালনী · অসমীয়া অভিধান