কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপযাচনNoun; Adverb
উপযাচি; বি. উপযাচক বিণ. স্বয়ং উপস্হিত-হৈ কোনো কাম কৰিবলৈ প্ৰাৰ্থনা কৰা বা খোজা; নিজে আগ বাঢ়ি কোনো কাম কৰিবলৈ হেঁপাহ দেখুওবা।
one who offers to give or grant
- উপযাচিup.ja.siAdverb
নোখোজাকৈ দিয়া ৷
without being asked.
- উপযাচ্upayācTransitive verb
লোকে নোখোজাকৈ নিজে দিবলৈ আগেয়ে প্ৰস্তাব কৰ্; যেনে-"ছোবালীজনী উপযাচি দিছে"
to offer
- উপযামu.po.jamAbstract Noun
ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান
the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc.
- উপযুক্তupayuktaAdjective
যেনে হ'ব লগীয়া তেনে; যোগ্য
fit; worthy
- উপযুক্ততাupo.juk.to.taAbstract Noun
সহজে ব্যৱহাৰ কৰিব পৰা গুণ বা অৱস্থা
the state or quality of being easy to use
- উপযূপupayūpaNoun
বৱষোৎসৰ্গৰ বৱষ বন্ধা খুঁটাৰ মূৰত কাটি সজা কাঠৰ মূৰ্ত্তি; যেনে-"হেন এক গোট বৱষ উপযূপ সমস্ত লক্ষণে পাই" (মিশ্ৰ-গীতা)।
- উপযোগupayogaNoun
উপযুক্ত বস্ত্ত
a fit or proper thing
- উপযোগিতাNoun; Feminine
উপযোগিনী।
- উপযোগীAdjective
উচিত; যোগ্য; উপযুক্ত
proper; fit; suitable; qualified
- উপযোগী কৰ্upojo`gi korVerb-Trans.
উপযোগী বা অনুকূল কৰি ল
To make suitable for a new use or condition
- উপযোজনupayojanaNoun
কামত খটোবা কাৰ্য্য
appropriation
- উপলupalaNoun
শিল; এবিধ মূল্যবান ৰত্ন
jewel; stone
- উপলক্ষupalakṣaNoun
ছল; আনক দেখুওবা কাৰণ; যেনে -"দুষ্ট মানুহে উপলক্ষ পালেই অনিষ্ট কৰে"
an ostensible cause; a plea
- উপলক্ষণupalakṣaṇaNoun
যি শব্দ আমি শুনো; তাৰ অৰ্থ নেৰি তাৰ লগত তাৰে সৈতে সম্বন্ধ থকা আন অৰ্থ [যেনে-এজনে সুধিলে, "কিহৰ শব্দ?" তাতে এজনে ক'লে,-"ৰজা আহিছে।" ইয়াত "ৰজা আহিছে" এই বাক্যৰ অৰ্থ যদিও ৰজাৰ মানুহৰ কোলাহল নুবুজায়, তথাপি ভাবৰ দ্বাৰা সেই অৰ্থ বুজা গ'ল।]
an expression by implication
- উপলক্ষিতAdjective
সূচিত; অনুমিত।
- উপলক্ষেAdverb
উদ্দেশ্যে; কাৰণে; সম্পৰ্কে; নিমিত্তে
with the object of; for the purpose of
- উপলক্ষ্যupalakṣyaNoun
ছল; আনক দেখুওবা কাৰণ; যেনে -"দুষ্ট মানুহে উপলক্ষ পালেই অনিষ্ট কৰে"
an ostensible cause; a plea
- উপলক্ষ্যেu.po.lok.khye
কিবা পাবলৈ অথবা উদ্দ্যেশ্য লৈ অথবা তাৰ সপক্ষে৷
In favour of; because of.
- উপলঙ্ঘনu.po.long.ghonAbstract Noun
a daring or bold resistance to authority or to any opposing force