উপলক্ষণ
upalakṣaṇa
অৰ্থ
1.
যি শব্দ আমি শুনো; তাৰ অৰ্থ নেৰি তাৰ লগত তাৰে সৈতে সম্বন্ধ থকা আন অৰ্থ [যেনে-এজনে সুধিলে, "কিহৰ শব্দ?" তাতে এজনে ক'লে,-"ৰজা আহিছে।" ইয়াত "ৰজা আহিছে" এই বাক্যৰ অৰ্থ যদিও ৰজাৰ মানুহৰ কোলাহল নুবুজায়, তথাপি ভাবৰ দ্বাৰা সেই অৰ্থ বুজা গ'ল।]
an expression by implication
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ