← ফুৰি যাওক

উপযুক্ত

upayukta

অৰ্থ

1.

যেনে হ'ব লগীয়া তেনে; যোগ্য

fit; worthy

বিণ.

2.

পাৰ্গত; কাৰ্য্যদক্ষ; যেনে-"কামৰ উপযুক্ত"

skilled

বিণ.

3.

উচিত; ন্যায্য; যেনে-"উপযুক্ত শাস্তি"

proper; just

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ