← ফুৰি যাওক

উপযাচন

অৰ্থ

1.

উপযাচি; বি. উপযাচক বিণ. স্বয়ং উপস্হিত-হৈ কোনো কাম কৰিবলৈ প্ৰাৰ্থনা কৰা বা খোজা; নিজে আগ বাঢ়ি কোনো কাম কৰিবলৈ হেঁপাহ দেখুওবা।

one who offers to give or grant

বি. ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপযাচন · অসমীয়া অভিধান