← ফুৰি যাওক

ৰং-চং

ram-cam

অৰ্থ

1.

অ. [অনুক.] বি. নানা বৰণৰ ধুন বা শোভা

variegated or brilliant dress or splendour

2.

ৰং-ধেমালি; মনত আনন্দ লগাবৰ কাৰণে কৰা খেল, মৱগয়া আদি; যেনে-"স্বৰ্গদেবে বাহৰে বাহৰে থাকি পছ, মাছ মৰাই অনেক ৰঙ্গ-ঢঙ্গ কৰিলে" (বুৰঞ্জী)

amusement; recreation; sports

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ