ৰ
ra
অৰ্থ
1.
একুৰি সাত সংখ্যাৰ ব্যঞ্জন আখৰ; ব্যঞ্জনৰ লগত যুক্ত হ'লে ইয়াৰ আকৱতি "" আৰু মূৰত যুক্ত হ'লে ৰেফ "" হয়
the twenty-seventh consonant letter
2.
চলন বন্ধ কৰ্; নোযোবাকৈ থাক্; গতি বন্ধ কৰ্
to stop; to halt
অক. ধা.
3.
বাকী বা বাঢ়ি থাক্
to remain, as balance
অক. ধা.
4.
সহ্য কৰি থাক্; স্তিৰ থাক্; যেনে-"তাৰ গালি শুনি ৰ'ব নোবাৰিলে"
to keep patience
অক. ধা.
5.
টিক্; তিষ্ট; যেনে-"শত্ৰুৰ কাৰণে ইয়াত ৰ'ব নোবাৰোঁ।" ৰ দি, ৰ লাগ্ বৰকৈ চিন্তা কৰা বা ভবাৰ দৰে নিমাত হৈ ৰৈ থাক্; আচৰিত হৈ নিমাত আৰু লৰচৰ নকৰা হ
to remain silent and motionless
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ