← ফুৰি যাওক

য-খৰীয়া

অৰ্থ

1.

যি য-খাৰ তৈয়াৰ কৰে

one who manufacturers saltpetre

বি.

2.

আহোম ৰজাৰ দিনৰ এটা খেলৰ নাম [এই খেলৰ মানুহে য-খাৰ তৈয়াৰ কৰি ৰজা-ঘৰত যোগাব লাগিছিল।]

a class of men during the Ahom Rajā's time whose principal duty was to supply saltpetre

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

য-খৰীয়া · অসমীয়া অভিধান