← ফুৰি যাওক

যঁজা

yam̐jā

অৰ্থ

1.

একে লগে জন্মা

twin- born

বিণ.

2.

লগে লগে গাত গা লাগি ওপজা বা উৎপন্ন হোবা

born or produced in a united condition (said of fruits, etc. )

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ