← ফুৰি যাওক

ঢং

ḍham

অৰ্থ

1.

বিলাস; ধেমালি; ৰং

pleasure; mirth; laughter

বি.

2.

ৰীতি, প্ৰকাৰ

method; style

বি.

3.

[হি. ঢোঙ্গ] শঠতা; ছলনা; প্ৰতাৰণা

deceit; fraud

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢং · অসমীয়া অভিধান