← ফুৰি যাওক

ঢ

ḍha

অৰ্থ

1.

ব্যঞ্জনবৰ্ণৰ চতুৰ্দ্দশ আখৰ

the fourteenth consonant letter

2.

মাটিৰ সীমা

boundary

বি.

3.

বেলেগ জোখা এক খণ্ড মাটি; দাগ

a plot of land measured and bounded separately

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢ · অসমীয়া অভিধান