← ফুৰি যাওক

উঁহ

u~h

অৰ্থ

1.

কোনো বস্তু য’ৰ পৰা আহে, আৰম্ভ হয় বা পোৱা যায়

any thing or place from which something comes, arises, or is obtained

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

য’ত পানী বা আন জুলীয়া বস্তু ভূগৰ্ভৰ পৰা ওলাই আহে

a place where water naturally flows out from the ground

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উঁহ · অসমীয়া অভিধান