কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপভাষাতাত্বিকupo.bha.xa.tat.twikCommon Noun
উপভাষা সম্পৰ্কে প্ৰণালীবদ্ধ অধ্যয়ণ কৰা আৰু সেই বিষয়ে বিশদ জ্ঞান থকা লোক৷
an expert in the systematic study of dialect(s).
- উপভাষাশাস্ত্ৰu.po.bha.xa.xas.troAbstract Noun
কোনো এটা উপভাষা বা উপভাষাসমষ্টিৰ অৰ্থাৎ ভাষাৰ আঞ্চলিক ভিন্নতা সমূহৰ বিজ্ঞান সন্মত/পদ্ধতিগত অধ্যয়ন৷
the systemetic study of a dialect or all forms of dialects i.e. the regional variations of a language.
- উপভুক্তupabhuktaAdjective
খোবা; ভোগ কৰা; ব্যবহাৰ কৰা; ব্যবহৱত; দখল কৰা
eaten; enjoyed; used; possessed
- উপভোক্তাupabhoktāNoun
ব্যবহাৰ কৰোঁতা
consumer
- উপভোক্তা দ্ৰব্যCommon Noun
গ্ৰাহকে ব্যৱহাৰ কৰিব পৰাকৈ তৈয়াৰ কৰি ৰখা মালবস্তু; যেনেঃ খাদ্য বা সাজ-পোছাক
goods, such as food or clothing, ready for use by the consumer
- উপভোগupabhogaNoun
ভোগ; দখল; ব্যবহাৰ; কোনো বস্ত্ত নিজ হাতত ৰাখি ইচ্ছামতে কাৰ্য্যত লগোবা
enjoyment; possession
- উপভোগ কৰ্u.po.bho`g korVerb-Intran.
কোনো ঘটনা দেখি-শুনি আমেজ ল
Experience or take the pleasure in
- উপভোগ্যAdjective
ভোগ বা ব্যবহাৰ কৰিব লগা বা যোগ্য
fit to be enjoyed or used
- উপভৱনu.po.bho.bonAbstract Noun
পৃথক অথবা অতিৰিক্ত ভৱন বা ঘৰ
Seperate or added building
- উপমন্দupamandaNoun
কৱষ্ণ অবতাৰৰ দিনৰ এজন গোপ; নন্দৰ ভ্ৰাতৱ
name of the younger brother of Nanda and foster-father of Kṛṣṇa
- উপমহাদেশu.po.mo.ha.dexAbstract Noun
মহাদেশ এখনৰ বৃহৎ অঞ্চল এটা৷
a large distinguishable part of a continent, such as North America or the part of Asia containing India, Pakistan, and Bangladesh.
- উপমাupamāNoun
তুলনা
comparison
- উপমা দেu.po.ma deVerb-Trans.
দুই বা ততোধিক বস্তুৰ মাজত থকা সাদৃশ্য বা বৈসাদৃশ্য পৰীক্ষা কৰ্
to examine the similarities or dissimilarities of two or more things
- উপমা-ৰহিতu.po.ma-ro.hitProper Adj.
এনে ভাল যে কাৰো সৈতে ৰিজাব নোৱাৰি
so good that there is no match for it
- উপমানAdjective
যাৰ লগত তুলনা কৰা যায়; তুলনাৰ স্হল
thing to be compared with
- উপমাৰে বুজোৱা কথাu.pa.ma.re -bu.ju.a-ka.thaAbstract Noun
কোনো দল বা সমূহৰ প্ৰতিনিধিত্ব কৰিব পৰা যিকোনো
One that is representative of a group as a whole
- উপমিতNoun
যাক তুলনা কৰা হয়
that which is compared
- উপমেয়Noun
যাক তুলনা কৰা হয়
that which is compared
- উপযন্তাu.po.jon.taCommon Noun
বৈবাহিক জীৱনৰ পুৰুষজন
a woman's partner in marriage; the male spouse
- উপযাচকu.po.ja.sokVerbal Adj.
নোখোজাকৈ আনক (কোনো বস্তু) দিয়া ব্যক্তি
one who offers (something) without being asked for