উপমা
upamā
অৰ্থ
1.
তুলনা
comparison
বি.
2.
সমান; সাদৱশ্য
resemblance; similarity
বি.
3.
অৰ্থালঙ্কাৰ; ভিন্ন জাতিৰ কিন্ত্ত একে গুণ থকা বস্ত্ত দুটাৰ তুলনা কৰা অলঙ্কাৰ
a simile
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
upamā
তুলনা
comparison
বি.
সমান; সাদৱশ্য
resemblance; similarity
বি.
অৰ্থালঙ্কাৰ; ভিন্ন জাতিৰ কিন্ত্ত একে গুণ থকা বস্ত্ত দুটাৰ তুলনা কৰা অলঙ্কাৰ
a simile
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ