← ফুৰি যাওক

উপমেয়

অৰ্থ

1.

যাক তুলনা কৰা হয়

that which is compared

বি.

সমাৰ্থক শব্দ

2.

উপমেয় বা উপমিত। যেনে-পুৰুষসিংহ; ইয়াত সিংহ উপমান, পুৰুষ উপমিত।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ