কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দীক্ষান্ত সমাৰোহdi.khyan.to xo.ma.ro`hAbstract Noun
ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰিবলৈ বিশ্ববিদ্যালয়ে আয়োজন কৰা অনুষ্ঠান
a ceremony organised by a university to confer degrees to its students
- দীক্ষিতAdjective
দীক্ষা লোবা।
- দীক্চৌdik.souProper Adj.
স্থান বা সময়ৰ হিচাপত আঁতৰত থকা
separated in space or time or coming from or going to a distance
- দীগdīgaNoun
কোনো বস্ত্তৰ দীঘল বা বহু দূৰলৈ যোবা ফাল; পথালিৰ বিপৰীত ফাল
length
- দীগ দি
থিয় হ
to stand
- দীগলতিdīgalatiNoun
অলপ দীঘলীয়া পাতেৰে এবধ সৰু গছ
a kind of plant; Teranthera glance (Silk Industry) or Litsoca salicifolia (Peal)
- দীগ্জোবাdīgjobāNoun
জাহাজী কলৰ নিচিনা এবিধ দীঘলীয়া কল
a variety of plantains
- দীগ্দীগ্dīgdīgIndeclinable
থিয় দঙা দিব পৰা ল'ৰাক থিয় হ'বলৈ কওঁতে ব্যবহাৰ কৰা মাত।
- দীঘdīghaNoun
কোনো বস্ত্তৰ দীঘল বা বহু দূৰলৈ যোবা ফাল; পথালিৰ বিপৰীত ফাল
length
- দীঘ-লেচাৰিdīgha-lecāriAdjective
বাটৰ দৰে দীঘল; দীঘলসজীয়া।
- দীঘলNoun
দীঘ, দীৰ্ঘতা
length
- দীঘল কৰ্di.ghol korVerb-Trans.
কিহবাক আগতকৈ দীঘল কৰা৷
to make something longer.
- দীঘল জাঁপdi.ghol ja~pVerbal Noun
খেল-ধেমালিত দূৰত্ব অতিক্ৰম কৰিবলৈ মৰা জাঁপ ৷
a sporting event in which players try to jump as far forward as possible after running up to a line.
- দীঘল দি পৰ্dīghala, di, par
দীঘল হৈ মাটিত পৰ্; দণ্ডবত কৰ্
to lie Prostrate
- দীঘল-চানেকীয়াdīghala-cānekīẏāAdjective
দীঘল যেন দেখা; দীঘল গঢ়ৰ; দীঘল আকৱতিৰ; ; দীঘল-সজীয়া দীঘল-চানেকীয়া।
long-shaped; longish; elongated
- দীঘল-ঠেঙীয়াdīghala-ṭheṅīẏāNoun
বৰষুণ (ধেমালিত)
rains
- দীঘল-পৰুৱাdi.ghol-po.ru.waCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- দীঘল-সজীয়াdi.ghal-xo.ji.yaProper Adj.
দীঘল যেন দেখা; দীঘল গঢ়ৰ; দীঘল আকৃতিৰ৷
longer than usual.
- দীঘলঠেঙীয়াdi.ghol.the.ngi.yaMaterial Noun
মেঘৰ পৰা পানীৰ টোপালবোৰ |
Water falling in drops/droplets from vapour condensed in the atmosphere (cloud).
- দীঘলতিdīghalatiNoun
অলপ দীঘলীয়া পাতেৰে এবধ সৰু গছ
a kind of plant; Teranthera glance (Silk Industry) or Litsoca salicifolia (Peal)