← ফুৰি যাওক

দীঘ

dīgha

অৰ্থ

1.

কোনো বস্ত্তৰ দীঘল বা বহু দূৰলৈ যোবা ফাল; পথালিৰ বিপৰীত ফাল

length

বি.

সমাৰ্থক শব্দ

2.

কাপোৰৰ বাণিৰ বিপৰীত ফাল

the warp of a cloth

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দীঘ · অসমীয়া অভিধান