← ফুৰি যাওকদীগdīgaঅৰ্থ1.কোনো বস্ত্তৰ দীঘল বা বহু দূৰলৈ যোবা ফাল; পথালিৰ বিপৰীত ফালlengthবি.সমাৰ্থক শব্দদীঘ · dīgha2.কাপোৰৰ বাণিৰ বিপৰীত ফালthe warp of a clothবি.সমাৰ্থক শব্দদীঘ · dīghaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ