কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপনয়নupanaẏanaNoun
যি কাৰ্য্য কৰিলে গুৰুৰ ওচৰলৈ নিবলৈ উপযুক্ত হয় [পূৰ্ব্বে এই কাৰ্য্যৰ পাছত বেদ পঢ়িবলৈ গুৰুৰ ওচৰলৈ গৈছিল]; লগুণ-দিয়নি; লগুণ দিয়া বা পিন্ধোবা কাৰ্য্য
the ceremony of investing a Brāhman with sacred thread
- উপপঞ্জীয়কu.po.pon.ji.yokCommon Noun
পঞ্জীয়কৰ তলৰ সহকাৰী বিষয়া ৷
a assistant officer a college or university and just below the rank of a registrar, who keeps the records of enrollment and academic standing.
- উপপতিupapatiNoun
বিয়া নকৰা বা দেশাচাৰমতে নভজা স্বামী; গোপনে লোবা মতা
a paramour
- উপপতি সমাহৰ্তাCommon Noun
মাটি বাৰী নিস্পত্তি আৰু ৰাজহ সংগ্ৰহৰ বাবে নিযুক্ত বিষয়া।
A goverment official for land settlement and ravinew collection.
- উপপত্নীu.po.pot.niCommon Noun
এগৰাকী মহিলা যাৰ কোনো প্ৰভাৱশালী পুৰুষৰ লগত শাৰীৰিক সমন্ধ আছে, কিন্তু তেওঁৰ লগত বিবাহপাশত আৱদ্ধ নহয়৷ এনে মহীলাৰ সামাজিক মৰ্জদা নিম্ন৷
woman who lives and have physical relationship with a man she is not married to, and has a lower social rank than wife
- উপপত্ৰu.po.pot.roAbstract Noun
পাতৰ ঠাৰিৰ গুৰিত গজা সৰু পাত
Outgrowths borne on either side of the base of a leafstalk (the petiole). A pair of stipules is considered part of the anatomy of the leaf of a typical flowering plant.
- উপপথu.po.pothAbstract Noun
প্ৰধান পথৰ পৰা ফাটি যোৱা সৰু পথ৷
A private small lane, or one opening out of the usual road.
- উপপদupapadaNoun
সমাস-বিশেষ [উপপদ বা পূৰ্ব্বপদৰ লগত কৱদন্ত পদৰ সমাস; যেনে-কুম্ভকাৰ; ইয়াত কুম্ভ উপপদ আৰু কাৰ (কৱ + অ (অন্) কৱদন্ত পদ]।
- উপপাতAbstract Noun
দুৰ্ভাগ্য বা সঙ্কটৰ দৰে অনাকাংক্ষিত ফলাফল দিয়া এক নিবিছৰা ধৰণৰ ঘটনা।
an unintended event resulting an unwanted results like misfortune or disaster.
- উপপাতকupapātakaNoun
পাঁচোটা মহাপাতকতকৈ লঘু পাপ; . [উপপাতক গোবধ; নাস্তিকতা; ঋণ নোশোধা; পিতা, মাতা, সন্তানাদিৰ ত্যাগ; কন্যা, ভাৰ্য্যা, সন্তান বা নিজক বেচা; পৰদাৰগমন প্ৰভৱতি
a sin less heinous than the five great sins
- উপপাতকীNoun
উপপাতক কৰোঁতা
a man committing a less heinous sin
- উপপাদ্যupapādyaAdjective
যুক্তিৰে প্ৰমাণ কৰিব লগীয়া; মীমাংসা কৰিব লগীয়া
to be established by proof or argument
- উপপাপupapāpaNoun
উপপাতক
a minor heinous sin
- উপপূৰাণupapūrāṇaNoun
ওঠৰখন ঘাই পুৰাণৰ বাজে আন ওঠৰখন পুৰণি পুথি বা পূৰাণ; . [উপপুৰাণবিলাকৰ নামঃ-
one of the eighteen minor Purāṇas other than the eighteen main ones
- উপপ্লবupaplabaNoun
মনৰ উৎপাত; বৰকৈ মন চঞ্চল হোবা; যেনে -"চিত্তৰ উপপ্লব নিবৱত্তি পৰমেশ্বৰ নিষ্ঠাকো লভে"
restlessness of mind
- উপপ্লৱu.po.plobAbstract Noun
কোনো প্ৰতিষ্ঠিত চৰকাৰ বা ৰাজনৈতিক পদ্ধতিৰ প্ৰতি এক সংগঠিত বিৰোধ, কেতিয়াবা অস্ত্ৰেৰে সৈতে।
an organized resistance, often with arms, to an established government or political system.
- উপপ্ৰতি সমাহৰ্তাu.po.pro.ti xo.ma.hor.taCommon Noun
কোনো এখন জিলাৰ ৰাজহ বিভাগৰ বিষয়া ৷
A person employed to collect taxes, duties, or other payments.
- উপপৰিদৰ্শকupaparidarśakaNoun
সহকাৰী পৰিদৰ্শক
deputy inspector
- উপবনupabanaNoun
ৰোবা বা আপডাল কৰি ৰখা গছৰ বাৰী; গছ, ফুল আদি থকা শুবনি ঠাই; উদ্যান
a grove; garden; a park
- উপবাক্যAbstract Noun
উদ্দেশ্য আৰু বিধেয়যুক্ত এক বাক্যাংশ
part of a sentence that has its own subject and predicate