← ফুৰি যাওক

উপপদ

upapada

অৰ্থ

1.

সমাস-বিশেষ [উপপদ বা পূৰ্ব্বপদৰ লগত কৱদন্ত পদৰ সমাস; যেনে-কুম্ভকাৰ; ইয়াত কুম্ভ উপপদ আৰু কাৰ (কৱ + অ (অন্) কৱদন্ত পদ]।

বি.

2.

পূৰ্ব্বপদ

the first member of a compound word

বি.

3.

অপ্ৰধান পদ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপপদ · অসমীয়া অভিধান