উপপূৰাণ
upapūrāṇa
অৰ্থ
1.
ওঠৰখন ঘাই পুৰাণৰ বাজে আন ওঠৰখন পুৰণি পুথি বা পূৰাণ; . [উপপুৰাণবিলাকৰ নামঃ-
one of the eighteen minor Purāṇas other than the eighteen main ones
বি.
2.
সানত্কুমাৰ
বি.
3.
নাৰসিংহ
বি.
4.
ভান্দ (স্কান্দ)
বি.
5.
দৌৰ্ব্বাসস
বি.
6.
নাৰদীয়
বি.
7.
কাপিল
বি.
8.
বামন
বি.
9.
ঔশনস
বি.
10.
ব্ৰহ্মাণ্ড
বি.
11.
বাৰুণ.
বি.
12.
কালিকা
বি.
13.
মাহেশ্বৰ
বি.
14.
শাম্ব
বি.
15.
সৌৰ
বি.
16.
পাৰাশৰ
বি.
17.
মাৰীচ
বি.
18.
ভাৰ্গব।]
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ