কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাপ্কলিcāpkaliNoun
বাখৰ পতোবা গলপতা-বিশেষ
a kind of necklace
- চাপ্ৰাছcāprāchaNoun
পদবীৰ পৰিচয় দিয়া এচকলা ধাতুৰ বস্ত্ত
a badge
- চাপৰcāparaNoun
আঙুলি মেলি হাতৰ তলুবাৰে কৰা আঘাত; ঢকা
a slap; a blow with the open hand
- চাপৰ মাৰ্, চৰপিয়া
আঙুলি মেলা হাতেৰে আঘাত কৰ্
to slap
- চাপৰমুখsa.por.mukhProper Noun
নগাঁৱৰ প্ৰসিদ্ধ ঠাই আৰু ৰেলৱে জংচন৷ অসমীয়া শিখসকল বাস কৰা নগাঁৱৰ ঠাই এখন৷
An important place and railway junction in Nagaon district of Assam, famous for Assamese Sikh people, who came to Assam as solders in the begging of ninetith century.
- চাপৰাcāparāTransitive verb
চাপৰ কৰ্; দোঁবা; ওখৰপৰা তললৈ নমা; . কৱদ
to lower; to cause to be lowered
- চাপৰাওঁতা
চাপৰ কৰোঁতা।
- চাপৰাছী
চাপ্ৰাচ্ পিন্ধা কৰ্ম্মচাৰী; আৰ্দ্দালি; হৰকৰা
an ordely
- চাপৰিcāpariNoun
খোলা-চাপৰীয়া পিঠা
a kind of cake
- চাপৰি কাঢ়্cāpari, kāṛh
কুমাৰ-মাটি খঁচি মাৰি চৰু, মলা আদি গঢ়িবলৈ সৰু সৰু চপৰা সাজি থ।
- চাপৰি বজাsa.po.ri bo.jaVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- চাপৰি বজা, চাপৰি মাৰ্
এখন মেলা হাতাৰে সিখন মেলা হাতত আঘাত কৰ্
to clap
- চাপৰি বাsa.po.ri. baVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- চাপৰি মাৰsa.po.ri. marVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- চাপৰি-খেতিcāpari-khetiNoun
চাপৰিত কৰা অস্হায়ী খেতি; পাম-খেতি
temporary cultivation
- চাপৰিয়ালcāpariẏālaNoun
চাপৰিত থাকি খেতি কৰা মানুহ
one living and cultivating in a chāpari
- চাপৰোঁতাcāparom̐tāNoun
যিজন চাপৰি যায়; চাপৰি যাওঁতা
a man who bends himself
- চাপৰ্cāparIntransitive verb
গা কোঁচাই বা মূৰ দোঁবাই চুটি হ
to lower one's self by bending the head or the body
- চাফ কৰ্saf korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চাফ চিকুণsaph si.kunProper Adj.
ধূলি-মাকতি বা অশুদ্ধতা নথকা
devoid of dirt or impurities