চাপৰি
cāpari
অৰ্থ
1.
খোলা-চাপৰীয়া পিঠা
a kind of cake
বি.
2.
দুয়োখন মেলা হাতেৰে কৰা আঘাত
a clap; a sound made by striking the palms of the hands together
বি.
3.
নৈয়ে বালি, পলস পেলাই পতা ওখ মাটি; উলু, বৰতা থকা মুকলি বহল ঠাই
high land formed by deposit of river sand and silt; high, open grass land
বি.
4.
এৰী বা মুগাৰ জোঠা সূতাৰ চপৰা
coarse silk kept in a lump for twisting
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ