← ফুৰি যাওক

চাপৰ্

cāpar

অৰ্থ

1.

গা কোঁচাই বা মূৰ দোঁবাই চুটি হ

to lower one's self by bending the head or the body

অক. ধা.

2.

বেয়া কাম কৰি লোকৰ আগত সৰু বা অমান্য হ

to be lowered in the estimation of others

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ