কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপজীব্যupajībyaNoun
জীয়াই থাকিবলে য'ত আশ্ৰয় কৰা হয়; জীবিকা
means of livelihood
- উপজীৱীCommon Noun
জীৱিকা আৰ্জনৰ বাবে নিৰ্দ্দিষ্ট কৰ্ম বা বৃত্তিত জৰিত থকা লোক।
Engaged in a specified activity as one's main paid occupation.
- উপজ্upaj
সক. আৰু অক. ধা. ওপজ্।
- উপজ্ঞাu.po.gyaAbstract Noun
Innate impulse or pattern of behaviour
- উপঢৌকনupaḍhaukanaNoun
উপকাৰৰ আশা নকৰি দিয়া ভেটি
a present; a bribe
- উপতাপupatāpaNoun
সন্তাপ
grief
- উপত্যকাupatyakāNoun
দুয়োফালে পৰ্ব্বত থকা সমতল ঠাই; (বিপৰীত- অধিত্যকা)
a valley
- উপদংশupadaṃśaNoun
গৰমী বেমাৰ; বঙালী ঘা
syphilis
- উপদলu.po.dolCommon Noun
এটা বৃহৎ দলৰ মাজৰ এটা সৰু গোট
A group of persons forming a cohesive, usually contentious minority within a larger group.
- উপদিষ্টProper Adj.
উপদেশ লাভ কৰা
One who has been given advice or suggestion
- উপদেবupadebaNoun
ইতৰ দেবতা; সামান্য দেবতা
an inferior god
- উপদেবতাupadebatāNoun
ইতৰ দেবতা; সামান্য দেবতা
an inferior god
- উপদেশupadeśaNoun
শিকনি; শিক্ষা; বুজনি
advice; instruction
- উপদেশ দেu.po.dex deVerb-Trans.
কোনো পৰিস্থিতিৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰা৷
to offer opinion about what should be done in a given situation
- উপদেশকNoun
উপদেশ দিওঁতা
an instructor or adviser
- উপদেশমূলকu.po.dex.mu.lokProper Adj.
উপদেশ বা পৰামৰ্শ সম্বন্ধীয় বা উপদেশ বা পৰামৰ্শ নিহিত থকা
of, giving, or containing advice
- উপদেশাত্মকu.po.de.xat.mokProper Adj.
উপদেশ বা পৰামৰ্শ সম্বন্ধীয় বা উপদেশ বা পৰামৰ্শ নিহিত থকা
of, giving, or containing advice
- উপদেষ্টাupadeṣṭā
উপদেশ দিওঁতা
adviser
- উপদেৱতাu.po.de.bo.taAbstract Noun
শৰীৰ নোহোৱা আত্মাৰ মানসিক প্ৰতিৰূপ
mental representation of some strange experience, visible disembodied soul of a dead person
- উপদ্বীপupadbīpaNoun
যি-ঠাইৰ তিনিফালে পানী বা সাগৰ থাকে
a peninsula