← ফুৰি যাওক

উপদেবতা

upadebatā

অৰ্থ

1.

ইতৰ দেবতা; সামান্য দেবতা

an inferior god

বি.

সমাৰ্থক শব্দ

2.

ভূত-প্ৰেত আদি

an evil spirit

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপদেবতা · অসমীয়া অভিধান