উপদেশ
upadeśa
অৰ্থ
1.
শিকনি; শিক্ষা; বুজনি
advice; instruction
বি.
2.
ধৰ্ম্মশিক্ষা
religious initiation
বি.
3.
পৰামৰ্শ
counsel
বি.
4.
(পু. অ.) উদ্দেশ; উবাদিহ; যেনে-ৰাবণ সীতাৰ নপাইলোহো উপদেশ। এবে কি কৰিবো প্ৰভু কৰিয়ো আদেশ (মা. ক. কিষ্কিন্ধাকাণ্ড)
a clue
বি.
5.
(পু. অ.) লক্ষ্য কৰ্, টোঁবা; পোন কৰ্; যেনে-"কেহোজনী দেখাবে আঙ্গুলি উপদেশি। এহেন্তেসে কৱষ্ণ গোসাঁই যান্ত ৰথে বসি" (ৰুক্মিণী-হৰণ)
to point out
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ