কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুৰি-বাটিkhuri-bāṭiNoun
বৰ-বাটিতকৈ সৰু মজলীয়া আকাৰৰ খুৰা-নাইকিয়া বাটি
a bowl; a cup
- খুৰীkhurī
"খুৰা" আৰু "খোৰা" শব্দ চোবাঁ।
- খুৰীদেউCommon Noun
দেউতাকৰ ভায়েকৰ পন্তী৷
wife of younger brother of ones father
- খুৰীবাটিkhu.ri.ba.tiMaterial Noun
Traditional Assamese bowl made of bell-metal. This is a special kind of bowl with a stand and normally used by royal families or rich persons of the societies.
- খুৰুপkhurupaNoun
জাপি বা ছৈ ছাওঁতে তাৰ টকৌপাতবিলাক জাপ খুবাই ধৰি ৰখা বাঁহৰ চেপেটা শলা
a long flat pin of thin split bamboo used for keeping together in position the covering leaves in the process of making japis
- খুৰ্খুৰীয়াkhurkhurīẏāAdjective
অতি তাপ পাই খৰি বা মামৰে খোবাৰ গতিকে মুৰমুৰীয়া বা অলপতে ভগা হোবা; বহু পুৰণি হৈ টান গুচি অলপতে ভগা হোবা
liable to crumble at the touch, owing to being too much heated, rusted, worn out or old; brittle
- খুৰ্পীkhurpīNoun
কাঠ বা বাঁহৰ নাল লগা এবিধ লোক মাটি খনা বা খোঁচৰা সঁজুলি; চিপৰাং; খন্তি
an iron instrument for digging
- খুৰ্ম্মাkhurmmāNoun
এবিধ মিঠাই
a kind of sweetmeat
- খুৱাkhu.waVerb-Trans.
কোনো বস্তুৰ সৈতে স্থায়ীভাৱে সংযোগ কৰ্; যেনেঃ চকীখনত নতুন খুৰা এটা খুৱাব (বা লগাব) লাগিব ৷
to place definitely and more or less permanently
- খুৱাই দেVerb-Trans.
খাদ্য পুনপটীয়াকৈ মুখত ভৰাই দে
to provide or supply food directly into the mouth
- খুৱান-ধুৱানkhu.wan-dhu.wanAbstract Noun
অতিথিক কৰা শুশ্ৰুষা ।
Friendly reception and treatment of guests or strangers.
- খূ-দুবাIntransitive verb
অস্হিৰ হ; চিন্তিত হ; উগুল- থুগুল লাগ্
to feel anxiety
- খূ-দুৱাkhu-du.waVerb-Intran.
কোনো কাৰণত অস্থিৰ হৈ ইফাল সিফাল কৰ্ ৷
To behave or move nervously or restlessly.
- খূদুবনিkhūdubaniNoun
উগুল-থুগুল; চিন্তা-ভাবনা; ধী-ধীয়নি
anxiety
- খূৰ্পীkhur.piMaterial Noun
মাটি খান্দিবলৈ ব্যৱহাৰ কৰা এবিধ লোৰ সঁজুলি।
An iron instrument for digging earth.
- খৃঃ পূঃkhris.to pur.boProper Adj.
যীশু খৃষ্টৰ জন্মৰ আগৰ কালচোৱা
The years before the births of Jesus Christ
- খৃষ্ট পূৰ্বkhris.to pur.boProper Adj.
যীশু খৃষ্টৰ জন্মৰ আগৰ কালচোৱা
The years before the births of Jesus Christ
- খেঁকটkhem̐kaṭaNoun
কেঁক বা খেঁক শব্দ; কৰ্কশ মাত।
- খেঁকশিয়ালthe~k.xi.yalCommon Noun
a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail. Kingdom: AnimaliaPhylum: ChordataClass: MammaliaOrder: CarnivoraFamily: CanidaeTribe: Vulpini
- খেঁকাৰkhem̐kāraNoun
ডিঙিৰপৰা বাজ কৰা কফ
expectoration; spittle