← ফুৰি যাওক

খুৰ্পী

khurpī

অৰ্থ

1.

কাঠ বা বাঁহৰ নাল লগা এবিধ লোক মাটি খনা বা খোঁচৰা সঁজুলি; চিপৰাং; খন্তি

an iron instrument for digging

বি.

2.

লাংচিং।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খুৰ্পী · অসমীয়া অভিধান