কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰ্ম্মপ্ৰচাৰকdhor.mo.pro.sa.rokCommon Noun
কোনো বিশেষ ধৰ্মৰ বাণী প্ৰচাৰ কৰোতা৷
a person, usually a priest, who is involved in religious preaching
- ধৰ্ম্মপ্ৰৱৰ্তকdhor.mo.pro.wor.tokCommon Noun
কোনো বিশেষ ধৰ্মৰ বাণী প্ৰচাৰ কৰোতা৷
a person, usually a priest, who is involved in religious preaching
- ধৰ্ম্মপৰায়ণAdjective
ধৰ্ম্মিষ্ঠ।
- ধৰ্ম্মবন্তAdjective
ধাৰ্ম্মিক; ন্যায়বান
pious; righteous
- ধৰ্ম্মবানAdjective
ধাৰ্ম্মিক; ন্যায়বান
pious; righteous
- ধৰ্ম্মব্যাধ
প্ৰাচীন কালৰ এজন মহা ধাৰ্ম্মিক ব্যাধ
an eminently virtuous hunter
- ধৰ্ম্মমণ্ডলীNoun
কোনো এক ধৰ্ম্মত প্ৰবৰ্ত্তা মানুহৰ সমাজ বা সভা; ধৰ্ম্মসভা
a religious assembly
- ধৰ্ম্মমূৰ্ত্তিdhor.mo.mur.tiProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ধৰ্ম্মময়Adjective
ধৰ্ম্মী; অতি ধাৰ্ম্মিক
very righteous; full of piety
- ধৰ্ম্মশীলAdjective
ধৰ্ম্মিষ্ঠ; ধাৰ্ম্মিক; পুণ্যাত্মা; ন্যায়বান; পুণ্যবান
just; pious; righteous
- ধৰ্ম্মসংহিতাNoun
ন্যায় বিচাৰৰ অনেক বিধি সংগ্ৰহ কৰি ঋষিয়ে কৰা পুথি; "ধৰ্ম্ম- শাস্ত্ৰ"ৰ
- ধৰ্ম্মস্বdharmmasbaNoun
ধৰ্ম্ম-সম্পৰ্কীয় কাম-কাজত খৰচৰ বাবে দিয়া অনুদান
religious endowment
- ধৰ্ম্মাত্মাAdjective
ধৰ্ম্মযুক্ত আত্মা; ধাৰ্ম্মিক; ন্যায়বান
a pious; righteous
- ধৰ্ম্মাধিNoun
ধৰ্ম্মাধিকাৰ; ধৰ্ম্ম-গুৰু; ধৰ্ম্ম-বিষয়ক গুৰিয়াল; যেনে-"মণিপুৰ ৰজাৰ গুৰু ধৰ্ম্মাধিক জনালে" (বুৰঞ্জী)
a religious head; an authority on religion; the head of a religious institution
- ধৰ্ম্মাধিকৰণNoun
বিচাৰালয়
court
- ধৰ্ম্মানুষ্ঠানNoun
ধৰ্ম্ম-কাৰ্য্য; ধৰ্ম্মৰ কাৰ্য্যকৰণ; ধৰ্ম্ম-চৰ্চ্চা; ন্যায় আচৰণ
exercise of piety or religion
- ধৰ্ম্মান্তৰAdjective
[সং.] বি. আন ধৰ্ম্ম।
- ধৰ্ম্মান্তৰিতdhor.man.to.ritProper Adj.
যাৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাস সলনি কৰা হৈছে
one who has been converted, as to a religion or faith
- ধৰ্ম্মান্ধ
যুক্তিলৈ নেচাই নিজৰ ধৰ্ম্মহে ভাল আৰু পৰৰ ধৰ্ম্মক বেয়া বুলি বিশ্বাস কৰা
bigoted
- ধৰ্ম্মান্ধতাdhor.man.dho.taAbstract Noun
আনৰ ধৰ্মীয় বিশ্বাস বা মতামতক একেবাৰে সহ্য নকৰা স্বভাৱ বা প্ৰকৃতি
stubborn and complete intolerance of any creed, belief, or opinion that differs from one's own