← ফুৰি যাওক

ধৰ্ম্মাত্মা

অৰ্থ

1.

ধৰ্ম্মযুক্ত আত্মা; ধাৰ্ম্মিক; ন্যায়বান

a pious; righteous

বিণ.

2.

পুণ্যবন্ত বা ন্যায়বান লোক

a righteous man

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধৰ্ম্মাত্মা · অসমীয়া অভিধান