ধৰ্ম্মান্ধ
অৰ্থ
1.
যুক্তিলৈ নেচাই নিজৰ ধৰ্ম্মহে ভাল আৰু পৰৰ ধৰ্ম্মক বেয়া বুলি বিশ্বাস কৰা
bigoted
2.
এই প্ৰকৱতিৰ লোক
a bigot
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ