কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাটু কৰ্sa.tu korVerb-Trans.
কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.
- চাটু কৰ্, চটুবা
চটুবা লোকৰ মনত ভাল লগা কথা ক; ফুচুলা
to flatter; to coax
- চাটুকাৰNoun
(পু. অ.) লাভৰ আশাত লোকৰ মনত সন্তোষ লগা কথা কোবা মানুহ; উপাসক; ফুচুলাওঁতা; যেনে-"চাটুবাৰ চাটুত নেদন্ত ৰাজা কাণ" (ৰুক্মিণী-হৰণ)
one who flatters or cajoles another with the hope of gain
- চাটুকাৰিতাsa.tu.ka.ri.taAbstract Noun
অতিৰঞ্জিত আৰু নিষ্ঠাহীন প্ৰশংসা।
excessive and insincere compliment or praise.
- চাটুকাৰীNoun
(পু. অ.) লাভৰ আশাত লোকৰ মনত সন্তোষ লগা কথা কোবা মানুহ; উপাসক; ফুচুলাওঁতা; যেনে-"চাটুবাৰ চাটুত নেদন্ত ৰাজা কাণ" (ৰুক্মিণী-হৰণ)
one who flatters or cajoles another with the hope of gain
- চাটুক্তিNoun
উচটোবা কথা; ফুচুলনি; লোকৰ মনত সন্তোষ লগোবা কথা
flattery; cajoling
- চাটুবাNoun
(পু. অ.) লাভৰ আশাত লোকৰ মনত সন্তোষ লগা কথা কোবা মানুহ; উপাসক; ফুচুলাওঁতা; যেনে-"চাটুবাৰ চাটুত নেদন্ত ৰাজা কাণ" (ৰুক্মিণী-হৰণ)
one who flatters or cajoles another with the hope of gain
- চাটুবাক্যsa.tu.ba.kyoAbstract Noun
অতিৰঞ্জিত আৰু নিষ্ঠাহীন প্ৰশংসা।
excessive and insincere compliment or praise.
- চাটুৱাsa.tu.waCommon Noun
ক্ষমতাশালী ব্যক্তিক অতিশয় প্ৰশংসা কৰি বা মন ভূলোৱা কথা কৈ কাম আদায় কৰা লোক৷ এওঁলোকৰ উদ্দেশ্য সাধাৰণতে বৰ সৎ নহয়৷
somebody who praises powerful and important people too much (but not sincerely) to get some (undue) favour from them.
- চাটূক্তিsa.tuk.tiAbstract Noun
অতিৰঞ্জিত আৰু নিষ্ঠাহীন প্ৰশংসা।
excessive and insincere compliment or praise.
- চাটোনcāṭonaNoun
এবিধ বিদেশী ডাঠ ৰেচমী কাপোৰ।
satin
- চাট্cāṭTransitive verb
বান্ধ্
to tie
- চাণক্যcāṇakyaNoun
প্ৰাচীন মগধ দেশৰ চন্দ্ৰগুপ্ত ৰজাৰ মন্ত্ৰী আৰু নন্দবংশ ধ্বংস কৰা কুট ৰাজনৈতিক পণ্ডিত
a minister of Chandragupta, the famous ancient king of Magadha
- চাণক্যপুৰীsa.no.kyo.pu.riProper Noun
নতুন দিল্লীৰ এটা অঞ্চল যত বিদেশী দুতাবাসবোৰ অৱস্থিত৷
A place in New Delhi where office of the diplomates of different country exist.
- চাণূৰcāṇūraNoun
কৱষ্ণই বধ কৰা কংস ৰজাৰ এটা মালৰ নাম
the name of a wrestler of King Kaṁsa who was killed by Kṛṣṇa
- চাণূৰ-মৰ্দন
চাণূকৰ বধ কৰোঁতা কৱষ্ণ
a name of Kṛṣṇa
- চাণূৰ-মৰ্দ্দন
চাণূকৰ বধ কৰোঁতা কৱষ্ণ
a name of Kṛṣṇa
- চাণ্ডালcāṇḍālaNoun
এটা জাতিৰ নাম
a ferocious aboriginal tribe
- চাতcātaAdjective
একত্ৰ বা লগ হোবা; গোট খোবা; যেনে-"অমুকক মাৰিবলৈ সিহঁতে চাত হৈছে"
united
- চাত মাৰ্sat marVerb-Trans.
ভাং, ধঁপাতৰ ধোঁৱা দীঘলীয়াকৈ টান্ বা হোঁপা মাৰ্
To inhale (cigarette, hookah etc) strongly