← ফুৰি যাওক

চাত

cāta

অৰ্থ

1.

একত্ৰ বা লগ হোবা; গোট খোবা; যেনে-"অমুকক মাৰিবলৈ সিহঁতে চাত হৈছে"

united

বিণ.

2.

একতা; যেনে -"সিহঁতৰ চাত নাই"

unity

বি.

3.

ভাং, ধঁপাতৰ ধোঁবা দীঘলীয়াকৈ টনা বা হোঁপা মৰা কাৰ্য্য; যেনে-"সি একে চাততে ভাং চিলিম উৰালে"

a long pull at the pipe of tobacco or gānjā

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাত · অসমীয়া অভিধান