চাণক্য
cāṇakya
অৰ্থ
1.
প্ৰাচীন মগধ দেশৰ চন্দ্ৰগুপ্ত ৰজাৰ মন্ত্ৰী আৰু নন্দবংশ ধ্বংস কৰা কুট ৰাজনৈতিক পণ্ডিত
a minister of Chandragupta, the famous ancient king of Magadha
বি.
2.
চাণক্য পণ্ডিতে অনেক সংস্কৱত পুথিৰপৰা সংগ্ৰহ কৰা ৰাজনীতি আৰু সমাজনীতি বিষয়ৰ এক পুথি
a work on morals and polity compiled by Cāṇakya
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ