কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুলশালিkhulaśāliNoun
ভাৰ্য্যা বা ঘৈণীৰ সৰু ভায়েক
a younger brother of one's wife
- খুলশালিNoun
ভাৰ্যা বা ঘৈণীৰ সৰু ভনীয়েক
a younger sister of one's wife
- খুলশালীkhul.xa.liCommon Noun
পত্নীৰ ভনীয়েক
younger sister of one's wife
- খুলিkhuliNoun
মূৰৰ লাওখোলা; যেনে-"মাথাত পৰিয়া ভাঙ্গিলেক শিৰ-খুলি" (মা. ক. লঙ্কাকাণ্ড)
the skull
- খুলি যাkhu.li jaVerb-Trans.
বান্ধোনৰ পৰা আঁতৰি যা
to become free, or to no longer be held by something
- খুলীয়াkhulīẏāNoun
খোল বজাওঁতা; খোল বজোবা মানুহ
one playing on a khol
- খুলীয়ানীkhu.li.ya.niCommon Noun
খোল বজোৱা তিৰোতা মানুহ ।
A woman who plays on a musical instrument named Khol.
- খুলুকামলিkhulukāmaliVerb
এবিধ নোমৰ কাপোৰ
a variety of blanket or rug
- খুহুঁতীয়াkhu.hu.ti.yaProper Adj.
যি হাঁহি উঠাব বা হহুঁৱাব পাৰে
Something that arouses humour
- খুহুটীয়াkhuhuṭīẏāAdjective
ৰং বা হাঁহি তোলা; ধেমেলীয়া কথা কৈ বা কাৰ্য্য কৰি হাঁহি তোলা (কথা বা মানুহ)
wittty; amusing
- খুৎখুতkhutkhutaNoun
সৰু সৰু খুতুৰা।
- খুৎখুতীয়াkhutkhutīẏāAdjective
নিচেই সৰু সৰু কৰি কুটা
cut into very small pieces
- খুড়তkhuṛata
বিয় খুৰা; দদাই
paternal uncle
- খুড়াkhuṛāNoun
খুৰা।
- খুড়ীkhu.riCommon Noun
দেউতাকৰ ভায়েকৰ পন্তী৷
wife of younger brother of ones father
- খুৰkhuraNoun
ডাঢ়ি, চুলি আদি চাঁচি পেলোবা লোৰ অস্ত্ৰ
a razor
- খুৰ-শিলkhura-śilaNoun
খুৰত ধাৰ দিয়া বা খুৰ ধৰোবা শিল; জাৰোণ
a hone; a piece of stone for sharpening razors
- খুৰপতিkhurapatiNoun
অৰ্দ্ধচন্দ্ৰ বা অৰ্দ্ধবৱত্তৰ নিচিনা মুখ থকা কাঁড়
an arrow with a semi-circular head
- খুৰাkhurāTransitive verb
খুৰেৰে চাঁচ্
to shave
- খুৰাদেউkhu.ra.deuCommon Noun
নিজৰ দেউতাকৰ ভায়েক৷
younger brother of one's father