← ফুৰি যাওক

খুৰা

khurā

অৰ্থ

1.

খুৰেৰে চাঁচ্

to shave

সক. ধা.

2.

পুতৱৰ সৰু ভাই; দদাই

a father's younger brother

বি.

3.

গৰু, ঘোঁৰা আদিৰ নখ; গৰু, ঘোঁৰা আদিৰ জন্ত্তৰ ঠেঙৰ তলুবাত থকা নখৰ নিচিনা টান আৰু চেপেটা ভাগ

the hoof of an animal

বি.

4.

পীৰা, খাট, গছা আদিৰ ঠেং

the leg of a bed-stead, a stool etc.

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ