← ফুৰি যাওক

খুলি

khuli

অৰ্থ

1.

মূৰৰ লাওখোলা; যেনে-"মাথাত পৰিয়া ভাঙ্গিলেক শিৰ-খুলি" (মা. ক. লঙ্কাকাণ্ড)

the skull

বি.

2.

খলি; থকা ঠাই; যেনে-"হাটি বাটি খুলি তাৰ নাহি আদি অন্ত" (বিৰাটপৰ্ব্ব)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ