কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপকূলupakūlaNoun
সাগৰ বা নৈৰ পাৰৰ ঠাই; সাগৰৰ তীৰ
the bank of a river or the coast of a sea
- উপকূলীয়u.po.ku.li.yoProper Adj.
সমুদ্ৰৰ কাষৰীয়া, সমুদ্ৰতীৰৰ সীমা সম্বন্ধীয়৷
of the coast, bordering on, or located near a coast.
- উপকূলৰক্ষীCommon Noun
সাগৰীয় উপকূল অঞ্চলত নিয়োজিত নিৰাপত্তাৰক্ষী
person engaged in enforcing maritime law and policing the coastal areas
- উপকূলৱৰ্তীu.po.ku.lo.bor.tiProper Adj.
সমুদ্ৰৰ কাষৰীয়া, সমুদ্ৰতীৰৰ সীমা সম্বন্ধীয়৷
of the coast, bordering on, or located near a coast.
- উপকৃতu.po.kri.toProper Adj.
received or obtained some kind of favor or advantage
- উপকেন্দ্ৰu.po.ken.droMaterial Noun
কোষকেন্দ্ৰ ভিতৰত থকা এক স্বচ্ছ, ঘন আৰু গোলাকাৰ অংগিকা|
a conspicuous, rounded body within the nucleus of a cell.
- উপক্ষাৰu.po.khyarMaterial Noun
মূলতঃ নাইট্ৰোজেন যুক্ত খাৰকীয় গুণযুক্ত ৰাসায়ণিক যৌগ।
a group of naturally occurring chemical compounds which mostly contain basic nitrogen atoms. This group also includes some related compounds with neutral and even weakly acidic properties. Also some synthetic compounds of similar structure are attributed to alkaloids. In addition to carbon, hydrogen and nitrogen, alkaloids may also contain oxygen, sulfur and more rarely other elements such as chlorine, bromine and phosphorus.
- উপক্ৰমupakramaNoun
আৰম্ভ
a beginning
- উপক্ৰমণিকা
যি লেখাত কোনো বিষয়ৰ সংক্ষেপ উদ্দেশ্য বৰ্ণনা কৰা হয়; পাতনি; মুখপাত
introduction
- উপকৰupakaraNoun
এবিধ কৰ
cess
- উপকৰণupakaraṇaNoun
যাৰ সহায় লৈ কোনো বস্ত্ত নিৰ্ম্মাণ কৰা হয়; কোনো বস্ত্ত সাজিবলৈ গোটোবা বস্ত্ত
materials; ingredients
- উপকৱতupakawataAdjective
অনুগৱহীত; উপকাৰ পোবা
benefited; favoured
- উপখেৰীয়াupakherīẏāAdjective
নজনা-নুশুনা; কম মৰ্য্যাদা থকা; যেনে-উপখেৰীয়া মানুহ বা দেবতা
inferior
- উপগতupagataAdjective
উপস্হিত; উপনীত; আহি পোবা
present; arrived
- উপগমAbstract Noun
ওচৰ চাপি অহা কাৰ্য্য
act of coming closer
- উপগিৰিMaterial Noun
কৃত্ৰিম পাহাৰ
artificial hill
- উপগুৰুupaguruNoun
তন্ত্ৰমতে আচল বা প্ৰধান গুৰুবে মন্ত্ৰ দিয়াৰ পাছত পূজা আদিৰ ক্ৰম-শিকাওঁতা
an inferior religious teacher
- উপগ্ৰহupagrahaNoun
প্ৰধান গ্ৰহৰ চাৰিওফালে ঘুৰি থকা সৰু গ্ৰহ; যেনে-পৱথিবীৰ উপগ্ৰহ চন্দ্ৰ
a secondary planet; satelite
- উপঘাতupaghātaNoun
অশুভ লক্ষণ; যেনে-"দুই গ্ৰহ মন্দ মোৰ ৰাহুবে মঙ্গসে। দৈবজ্ঞে গণিনা মোক কহিলা সকলে। হেন উপঘাতত ৰাজাৰ কাল হয়" (মা. ক. অযোধ্যাকাণ্ড)
inauspicious sign
- উপঘৰ্ষীProper Adj.
Having the property of causing wear and tear.