উপকৰণ
upakaraṇa
অৰ্থ
1.
যাৰ সহায় লৈ কোনো বস্ত্ত নিৰ্ম্মাণ কৰা হয়; কোনো বস্ত্ত সাজিবলৈ গোটোবা বস্ত্ত
materials; ingredients
বি.
2.
খোবা বস্ত্ত সোবাদ বা ৰুচিকৰ কৰা বস্ত্ত
anything added to food to make it tasteful; sauces
বি.
3.
পূজাৰ নৈবেদ্যত দিয়া ফল, মূল আদি বস্ত্ত
articles offered to a deity in worship
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ