← ফুৰি যাওক

উপগত

upagata

অৰ্থ

1.

উপস্হিত; উপনীত; আহি পোবা

present; arrived

বিণ.

2.

তিৰোতাৰ সৈতে খোবা-লোবা কৰা; পতিত হোবা

co-habiting with a woman

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপগত · অসমীয়া অভিধান