কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাঙ্গীsang.giMaterial Noun
মৰাশ নিয়া বা কঢ়িওৱা বাহন।
a carriage to carry the dead body to the cremation ground, grave.
- চাঙ্গৰুঙ্গcāṅgaruṅgaNoun
আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম [নানা ধৰণৰ ঘৰ সজা তেওঁলোকৰ কাম।] চাঙ্গৰুঙ্গ ফুকন চাঙ্গৰুঙ্গ খেলৰ প্ৰধান বিষয়া।
- চাঙৰীsa.ngo.riCommon Noun
A plant of the oxalis family that gets the name acetosella because of its sour taste.
- চাচাক্-চুমুকcācāk-cumuka
"চুচুক্-চামাক্" চোবাঁ।
- চাচিcāciNoun
খন্তেকীয়া প্ৰবল ধুমুহা
a violent gust of wind
- চাচৰিcācariNoun
চুঁচৰি বা বগাই ফুৰা কাৰ্য্য; যেনে-"মূষকে চাচৰি কৰে বিৰালৰ আগে" (মা. ক., সুন্দৰাকাণ্ড)।
- চাজʼVerb-Trans.
দেখনিয়াৰ কৰ, চকুত লগাকৈ সজাই তোল
display in an attractive way
- চাজাsa.jaVerbal Noun
কোনো অপৰাধ বা দোষৰ বাবে দিয়া শাস্তি
a penalty inflicted for an offense, fault
- চাজি-মাটিcāji-māṭiNoun
খাৰ-মাটি।
- চাঞ্চল্যcāñcalyaNoun
চঞ্চলতা; অস্হিৰতা
fickleness, sensation
- চাঞ্চল্যকৰsan.sol.yo.korProper Adj.
মানুহৰ মাজত উত্তেজনা সৃষ্টি কৰিব পৰা কোনো ঘ্টনা বা কাৰ্য্য৷
Causing or intended to cause great public excitement
- চাটcāṭaNoun
চ'তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনা গৰু গা ধুবাবলৈ নিওঁতে তাৰ গাত মাৰিবলৈ লাও, কেৰেলা, বেঙেনা, হালধি আদি সি লোবা দুই-তিনি ফেৰেঙণি থকা বাঁহৰ কামীৰ শলা
a bamboo fork on the prongs of which are pitched slices of turmeric, etc., which are thrown on the cattle at the time of giving them a bath on the last day of the month of Chaitra
- চাটকsa.tokCommon Noun
A small brwonish-grey bird
- চাটনিcāṭaniNoun
খাওঁতে মুখৰ ৰুচি বঢ়াবলৈ খোবা এবিধ জলা, সোবাদ আৰু টেঙা গুণ থকা বস্ত্ত মিহলাই তৈয়াৰ কৰা খাদ্য
a kind of sauce
- চাটনীcāṭanīNoun
খাওঁতে মুখৰ ৰুচি বঢ়াবলৈ খোবা এবিধ জলা, সোবাদ আৰু টেঙা গুণ থকা বস্ত্ত মিহলাই তৈয়াৰ কৰা খাদ্য
a kind of sauce
- চাটলcāṭalaNoun
এবিধ পিতল খুন্দা লোৰ যতন
a brass- smith's tool
- চাটিcāṭiNoun
ছাটি; যেনে-"মৎস্য এক উঠাইলেক চাটি মাৰি তথা" (শঙ্কৰ-চৰিত)।
- চাটি-ফুটিcāṭi-phuṭiNoun
ধৰফৰণি; গাৰ কষ্ট বা মনৰ দুখৰপৰা হোবা অস্হিৰতা
tossing about in extreme pain; agony of mind of body
- চাটিনsa.tinMaterial Noun
এবিধ বিদেশী ডাঠ ৰেচমী কাপোৰ; ইয়াৰ এপিঠি নিমজ আৰু ওলোটাফালে অলপ খহটা হয় ৷
A smooth fabric of silk or rayon; has a glossy face and a dull back.
- চাটুcāṭuNoun
লোকৰ মনত সন্তোষ লগাবলৈ কোবা কথা; উচটনি; ফুচুলনি; তোষামোদ
flattery; coaxing