← ফুৰি যাওক

চাঙ্গৰুঙ্গ

cāṅgaruṅga

অৰ্থ

1.

আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম [নানা ধৰণৰ ঘৰ সজা তেওঁলোকৰ কাম।] চাঙ্গৰুঙ্গ ফুকন চাঙ্গৰুঙ্গ খেলৰ প্ৰধান বিষয়া।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাঙ্গৰুঙ্গ · অসমীয়া অভিধান