কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এৰাই ফুৰ্Verb-Intran.
এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
to keep at a distance or to take another direction at a distance.
- এৰাইল মূলকNoun
এৰাইল মূলক
এৰাইল মূলক
- এৰাখাতীera.kha.tiCommon Noun
বুলবুলি চৰাইৰ সমান ডাঙৰ এবিধ চৰাই৷
Shrikes are passerine birds of the family Laniidae. The family is composed of thirty-one species in three genera. The family name, and that of the largest genus, Lanius, is derived from the Latin word for 'butcher', and some shrikes are also known as 'butcher birds' because of their feeding habits. They are fairly closely related to the bush-shrike family Malaconotidae.
- এৰাগছe.ra.gosCommon Noun
a kind of medicinal plant. oil extracted from the seeds of this plant is used as medicine. the oil is also used for burning lamps.
- এৰাধলe.ra.dholProper Noun
নৈয়ে এৰি যোৱা পানী থকা সুঁতি ৷
An abandoned channel of river.
- এৰাধৰাকৈAdverb
by fits and starts
- এৰানিerāniNoun
বহুত এৰা গছ থকা ঠাই
a patch of castor oil plantation
- এৰাবাৰীe.ra.ba.riMaterial Noun
বহুত দিন এনেয়ে পৰি থকা ঘৰবাৰী৷
deserted or unoccupied homestead.
- এৰাবিন’জNoun
এৰাবিন’জ
এৰাবিন’জ
- এৰালerālaNoun
আঁৰাল; মুকলিৰ নিচিনা হৈ চৰিব পৰাকৈ জন্ত্ত বন্ধা দীঘল লেজু বা জৰী
a tether
- এৰাল দি
মুকলি-মূৰে চৰিব পৰাকৈ এৰালেৰে বান্ধি থ
to tether
- এৰাল-তলিerāla-taliNoun
বেছি এৰালী ঘাঁহ থকা ঠাই।
- এৰালীerālīNoun
পথাৰ বা দ মাটিত হোবা দল জাতিৰ এবিধ ঘাঁহ [ইয়াৰ পাত ধানৰ পাতৰ দৰে খহটা, গাত লাগিলে কাটে আৰু বিজ্ বিজায়]
a species of acquatic grass
- এৰি দেe.ri deVerb-Trans.
মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।
to surrender something prized or desirable.
- এৰি যাe.ri jaVerb-Trans.
বান্ধোনৰ পৰা আঁতৰি যা
to become free, or to no longer be held by something
- এৰি-কাপোৰ
এৰী মুগাথ সূতাৰপৰা তৈয়াৰ কৰা কাপোৰ
cloth made from the eri silk
- এৰি-পলু
এৰী মুগাৰ পোবালি; [ই জগোঁতে প্ৰায় ক'লা বৰণৰ থাকে; ছাই উৰাৰ পাছত হালধীয়া বৰণ ধৰে; তেতিয়া তাক সোণকৰীয়া বোলে; তাৰ দিনচেৰেকৰ পাছত আৰু এবাৰ মোট সলায়, তেতিয়া তাক সৰু- আখৈয়া, তাৰ পাছৰবাৰ মোট সলালে বৰ-আখৈয়া বোলে, তাৰ পাছতহে মোট সলাই মাইকী ওলায়]
the young of the eri silk- worm
- এৰিঅ’লাNoun
এৰিঅ’লা
এৰিঅ’লা
- এৰীerīNoun
এৰী।
- এৰী-কাপোৰ
এৰী মুগাথ সূতাৰপৰা তৈয়াৰ কৰা কাপোৰ
cloth made from the eri silk