এৰানি
erāni
অৰ্থ
1.
বহুত এৰা গছ থকা ঠাই
a patch of castor oil plantation
বি.
2.
এৰা খাবলৈ অৰ্থাৎ অস্হায়ী খেতি কৰিবলৈ হাবি কাটি খোবা ঠাই বা মাটি
land where jungle has been cut down for temporary cultivation
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ